শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

ৰোগীক সকাহ দিয়া উদ্দেশ্যৰে গুৱাহাটীৰ এক্সেল হস্পাতালৰ প্ৰশংসনীয় পদক্ষেপ…

544

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত ৰোগী তথা ৰোগীৰ পৰিয়ালে যাতে প্ৰয়োজনীয় তেজ বিচাৰি যাতে হাবাথুৰি খাব লগা নহয় তাৰবাবে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটীস্থিত এক্সেল হস্পাতালে। মহানগৰীৰ আগশাৰীৰ হস্পাতালখনৰ চিকিৎসক, কৰ্মচাৰী আৰু ৰোগীৰ একাংশ আত্নীয় লগ হৈ মঙলবাৰে আয়োজন কৰে এক ৰক্তদান শিবিৰ।

৫ গৰাকী চিকিৎসককে ধৰি হস্পাতালখনৰ কৰ্মচাৰী আৰু ৰোগীৰ আত্মীয়ৰ সৈতে প্ৰায় ১৭ গৰাকী ব্যক্তিয়ে ভাগ লয় এই ৰক্তদান শিবিৰত। লকডাউনৰ সময়চোৱাত বহুৰোগীৰ আত্মীয়ই প্ৰয়োজনীয়া তেজ বিচাৰি বিবুধিত পৰা সময়তে এক্সেল হস্পাতালৰ এই কাৰ্য সচাঁকৈয়ে প্ৰশংসনীয়।
চিকিৎসালয়খনৰ কৰ্তৃপক্ষই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা প্ৰতিষ্ঠানত এনে পদক্ষেপ গ্ৰহণ কৰি ৰোগীক সকাহ দিব পাৰে বুলি মতপোষণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি