প্ৰাক্তন ছাত্ৰ নেতা প্ৰবীন কুমাৰ শৰ্মাৰ মৃত্যুত পুৰণিগুদামত শোক…

প্ৰাক্তন ছাত্ৰ নেতা প্ৰবীন কুমাৰ শৰ্মাৰ মৃত্যুত পুৰণিগুদামত শোক…

ডিজিটেল সংবাদ নগাঁও : প্ৰাক্তন ছাত্ৰ নেতা প্ৰবীন কুমাৰ শৰ্মাৰ মৃত্যু ৷ পুৰনিগুদাম টাউনৰ নিজা বাসভৱনতে মৃত্যুক সাৱতি লয় প্ৰাক্তন ছাত্ৰ নতাগৰাকীয়ে। দেওঁবাৰে নিশা প্ৰাক্তন ছাত্ৰ নেতাজনে মৃত্যুক সাৱতি লোৱাত পুৰনিগুদামত শোকৰ ছাঁ পৰিছে ৷

অসম আন্দোলনৰে জড়িত থকা প্ৰবীন কুমাৰ শৰ্মাই আছুৰ নেতৃত্বও বহন কৰিছিল ৷ পুৰনিগুদামৰ অৰ্নিবান গোষ্ঠীৰ নেতৃত্ব বহন কৰা প্ৰয়াত শৰ্মা প্ৰাক্তন গোষ্ঠীৰ সাধাৰন সম্পাদক আছিল ৷ প্ৰায় ৫৯ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা প্ৰবীন কুমাৰ শৰ্মাই পুৰনিগুদামৰ সমাজ জীৱনৰে জড়িত হৈ আছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in