শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই সহ লখিমপুৰত ৪৯জন কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ…

  • নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছতে কঠোৰ সিদ্ধান্ত কংগ্ৰেছ নেতৃত্বৰ।
  • লখিমপুৰত ৪৯ জন কংগ্ৰেছীক দলৰ পৰা বহিষ্কাৰ ৷
  • বহিষ্কাৰ কৰা হৈছে প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁইকো।
  • ৬ বছৰলৈ বহিষ্কাৰ কৰা হৈছে ৷
  • দল বিৰোধী কাৰ্যকালাপত জড়িত থকাৰ অভিযোগত এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি