শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

মেঘালয় কংগ্ৰেছত জোকাৰণিঃ আজি ১১বিধায়কসহ তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই…

  • মেঘালয়ত ১১জনকংগ্ৰেছ বিধায়কক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
  • পিটিআইৰ খবৰ অনুসৰি মেঘালয়ৰ ১১জন কংগ্ৰেছ বিধায়কে TMCত যোগদান কৰিব।
  • আজি তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
  • কংগ্ৰেছৰ ১৮গৰাকী বিধায়কৰ ভিতৰত ১২জনেই তৃণমূলত যোগদান কৰাকৈ লৈ ৰাজনীতি গৰম হৈ পৰিছে।
  • ইতিমধ্যে যোৱা বুধবাৰে ১১গৰাকী বিধায়কে দাখিল কৰিছে পদত্যাদ পত্ৰ।