মেঘালয় কংগ্ৰেছত জোকাৰণিঃ আজি ১১বিধায়কসহ তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই…

মেঘালয় কংগ্ৰেছত জোকাৰণিঃ আজি ১১বিধায়কসহ তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই…
  • মেঘালয়ত ১১জনকংগ্ৰেছ বিধায়কক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি মুকুল চাংমাই যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
  • পিটিআইৰ খবৰ অনুসৰি মেঘালয়ৰ ১১জন কংগ্ৰেছ বিধায়কে TMCত যোগদান কৰিব।
  • আজি তৃণমূলত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীজনে।
  • কংগ্ৰেছৰ ১৮গৰাকী বিধায়কৰ ভিতৰত ১২জনেই তৃণমূলত যোগদান কৰাকৈ লৈ ৰাজনীতি গৰম হৈ পৰিছে।
  • ইতিমধ্যে যোৱা বুধবাৰে ১১গৰাকী বিধায়কে দাখিল কৰিছে পদত্যাদ পত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in