১.১৩ লাখ টকাসহ আটক প্ৰাক্তন আই পি এছ বিষয়া-বিজেপি প্ৰাৰ্থী

ফাইল ফটো
ফাইল ফটো
  • পশ্চিম বংগৰ মেদিনীপুৰত বিজেপি প্ৰাৰ্থীক আটক আৰক্ষীৰ।
  • ৪ ঘন্টা ধৰি আৰক্ষীয়ে আটক কৰি ৰাখে নেত্ৰীগৰাকীক।
  • ঘটল সমষ্টিৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ নাম ভাৰতী ঘোষ।
  • তেওঁৰ বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল নগদ ১ লাখ ১৩ হাজাৰ টকা।
  • ভোটাৰক বিতৰণৰ বাবে ধনখিনি অনাৰ অভিযোগ প্ৰাক্তন আই পি এছ বিষয়া তথা বিজেপি প্ৰাৰ্থী ঘোষৰ বিৰুদ্ধে।
  • ভাৰতী ঘোষে তেওঁৰ সৈতে আন ৪ জন লোক অহাৰ কথা প্ৰকাশ কৰে আৰক্ষীৰ আগত।
  • নিৰ্বাচন আয়োগৰ বিধি অনুসৰি তেওঁ মাত্ৰ ৫০ হেজাৰ টকা অনাৰ কথা প্ৰকাশ কৰিছে আৰক্ষীৰ আগত।
  • উল্লেখ্য যে, পশ্চিম বংগত ৭ টা পৰ্যায়ত হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ১২ মে'ত আছে ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in