শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ দেহাৱসান…

  • ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ দেহাৱসান।
  • মঙলবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে মৃত্যু হয় তেওঁৰ।
  • মৃত্যুৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ বয়স আছিল ৬৬ বছৰ।
  • উল্লেখ্য যে, ১৯৮৩চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম খেলুৱৈ আছিল তেওঁ।
  • তেওঁৰ ফিল্ডিঙত আছিল অসাধাৰণ দক্ষতা।
  • তদুপৰি, ৮৩’ৰ বিশ্বকাপৰ প্রথমখন মেচত যশপাল শৰ্মাই ৮৯ ৰানৰ ইনিংছ খেলিছিল।
  • তেওঁৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে সতীৰ্থ খেলুৱৈসকল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি