প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ দেহাৱসান…

প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ দেহাৱসান…
  • ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ যশপাল শৰ্মাৰ দেহাৱসান।
  • মঙলবাৰে পুৱা হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছতে মৃত্যু হয় তেওঁৰ।
  • মৃত্যুৰ সময়ত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীৰ বয়স আছিল ৬৬ বছৰ।
  • উল্লেখ্য যে, ১৯৮৩চনৰ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম খেলুৱৈ আছিল তেওঁ।
  • তেওঁৰ ফিল্ডিঙত আছিল অসাধাৰণ দক্ষতা।
  • তদুপৰি, ৮৩'ৰ বিশ্বকাপৰ প্রথমখন মেচত যশপাল শৰ্মাই ৮৯ ৰানৰ ইনিংছ খেলিছিল।
  • তেওঁৰ মৃত্যুত ম্ৰিয়মান হৈ পৰিছে সতীৰ্থ খেলুৱৈসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in