প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ…

প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ…
  • প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান খগেন শৰ্মাৰ বিৰুদ্ধে চি বি আইক তদন্তৰ নিৰ্দেশ।
  • তদন্তৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
  • খগেন শৰ্মাৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ।
  • ভূমি অধিগ্ৰহণৰ গোচৰত অভিযুক্ত দুয়োগৰাকী।
  • ২০১০ চনতে পল্টনবজাৰ থানাত দুয়োজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।
  • মাগনি দেৱী জৈন নামৰ এগৰাকী মহিলাই তৰিছিল গোচৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in