‘২০২১ ত ৮০ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব…’

ফাইল ফটো
ফাইল ফটো
  • সংবাদমেলত ছানাউল্লাহৰ মুকলি আৰু এন আৰ চিৰ সন্দৰ্ভত সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
  • ছানাউল্লাহ প্ৰসংগত চৰকাৰৰ নীৰৱ ভূমিকাক সমালোচনা তৰুণ গগৈৰ।
  • উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে মুকলি কৰা হৈছে ছানাউল্লাহঃ গগৈ
  • 'ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা'
  • ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
  • 'বিদেশী ন্যায়াধীকৰণৰ ওপৰত ৰাইজৰ এতিয়া বিশ্বাস নোহোৱা হৈছে'।
  • ন্যায়াধীশৰ যোগ্যতা উচ্চতম ন্যায়ালয়ক পৰীক্ষা কৰাৰ দাবী গগৈৰ।
  • এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ সন্দৰ্ভতো মন্তব্য কৰিলে গগৈয়ে।
  • 'NRC এখন পেলনীয়া কাগজ হ'ব'।
  • 'NRC-এ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে'
  • তপন গগৈ, পল্লৱলোচন দাসকো সমালোচনা কৰিলে গগৈয়ে।
  • 'সাংসদ হোৱাৰ পাছতো এৰিব পৰা নাই মন্ত্ৰিত্বৰ লোভ'।
  • 'মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছে'।
  • 'মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তিনিটা গোট আছে'।
  • ২০২১ত ৮০ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও ক'লে গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in