শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

‘২০২১ ত ৮০ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব…’

559
  • সংবাদমেলত ছানাউল্লাহৰ মুকলি আৰু এন আৰ চিৰ সন্দৰ্ভত সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
  • ছানাউল্লাহ প্ৰসংগত চৰকাৰৰ নীৰৱ ভূমিকাক সমালোচনা তৰুণ গগৈৰ।
  • উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতহে মুকলি কৰা হৈছে ছানাউল্লাহঃ গগৈ
  • ‘ছানাউল্লাহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা নাই ব্যৱস্থা’
  • ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
  • ‘বিদেশী ন্যায়াধীকৰণৰ ওপৰত ৰাইজৰ এতিয়া বিশ্বাস নোহোৱা হৈছে’।
  • ন্যায়াধীশৰ যোগ্যতা উচ্চতম ন্যায়ালয়ক পৰীক্ষা কৰাৰ দাবী গগৈৰ।
  • এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ সন্দৰ্ভতো মন্তব্য কৰিলে গগৈয়ে।
  • ‘NRC এখন পেলনীয়া কাগজ হ’ব’।
  • ‘NRC-এ ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে’
  • তপন গগৈ, পল্লৱলোচন দাসকো সমালোচনা কৰিলে গগৈয়ে।
  • ‘সাংসদ হোৱাৰ পাছতো এৰিব পৰা নাই মন্ত্ৰিত্বৰ লোভ’।
  • ‘মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উঠিছে’।
  • ‘মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তিনিটা গোট আছে’।
  • ২০২১ত ৮০ খন আসন লাভ কৰি কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও ক’লে গগৈয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি