প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অধিক অৱনতি, বৃদ্ধি কৰা হৈছে ঔষধৰ মাত্ৰা…

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অধিক অৱনতি, বৃদ্ধি কৰা হৈছে ঔষধৰ মাত্ৰা…
  • অধিক অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।
  • ভেন্টিলেশ্যনত ৰখা হৈছে তৰুণ গগৈক।
  • জিএমচিএইচৰ আইচিইউত চিকিৎসাধীন হৈ আছে তেওঁ।
  • স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ।
  • বৃদ্ধি কৰা হৈছে ঔষধৰ মাত্ৰা।
  • ৰক্তচাপ নিম্নগামী হোৱাৰ বাবেই বৃদ্ধি কৰা হৈছে ঔষধৰ মাত্ৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in