প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কোভিড পজিটিভ…

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কোভিড পজিটিভ…
  • প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কোৰোনাত আক্ৰান্ত।
  • মঙলভাৰে আৰটি-পিচিআৰ টেষ্টৰ কৰা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।
  • তাৰপাছত তেওঁৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • জিএমচিএইচৰ তথ্যত প্ৰকাশ কৰা হৈছে এই কথা।
  • ইয়াৰ পূৰ্বেও ২০২০চনৰ ২৫ আগষ্টত প্ৰফুল্ল কুমাৰ মহন্ত আক্ৰান্ত হৈছিল কোৰোনাত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in