শেহতীয়া খবৰ
ৰঞ্জন গগৈৰ উত্তৰাধিকাৰী, দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ বোবডে কোন…  •  সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে কি ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে... চাওঁক VIDEO  •  দেশৰ ৪৭সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে ন্যায়াধীশ শাৰদ অৰবিন্দ ববডেই, চাওক VIDEO  •  অভয়াপুৰীত বিজেপি কৰ্মীক হত্যা, দলঙৰ তলত উদ্ধাৰ মৃতদেহ...  •  পৰ পুৰুষৰে পত্নীৰ সম্পৰ্ক! কামপুৰত পত্নী-শহুৰৰ পৰিয়ালে বিহ খুৱাই হত্যা কৰাৰ সন্দেহ যুৱকক...  •  বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন  •  মহানগৰীত ৱৰ্ল্ড ডে অফ ৰিমেম্বাৰেঞ্চ উদযাপন, পথ দুৰ্ঘটনাত নিহত সকলক স্মৰণ  •  মহানগৰীত সেনাৰ সহযোগত বন বিভাগে পানী টেংকীৰ পৰা উদ্ধাৰ কৰিলে পোৱালিসহ এটা হাতী  •  পুৰণিগুদামত চোৰাং গৰু ভৰ্তি বাহন উদ্ধাৰ, চামগুৰি আৰক্ষী ভূমিকাত সন্দেহ স্থানীয় ৰাইজৰ  •  জম্মু-কাশ্মীৰৰ হীৰানগৰ চেক্টৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা নিৰেশ্বৰ ৰাভাৰ দেহাৱসান…

322
  • সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা নিৰেশ্বৰ ৰাভাৰ দেহাৱসান।
  • দেওবাৰে নিশা ১২ বজাত মৃত্যু হয় প্ৰাক্তন ছাত্ৰ নেতাগৰাকী।
  • হায়াট হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে এসময়ৰ সদৌ গুৱাহাটী ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী বিদ্যালয় ছাত্ৰ সন্থাৰ সক্ৰিয় নেতাগৰাকীয়ে।
  • সোমবাৰে জটিয়াৰ নিজ বাসভৱনৰ পৰা দিনৰ ১০ বজাত জটিয়া শ্মশানত কৰা হব শেষ সৎকাৰ।
  • নিৰেশ্বৰ ৰাভা হৈছে গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি বিপুল ৰাভাৰ ভাতৃ।
  • নেতাগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে চিকিৎসালয়ত উপস্থিত হয় আছু সতীৰ্থসকল।
  • চিকিৎসালয়তে আছু পতাকাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি