ইথিওপিয়াৰ প্রধানমন্ত্ৰী অবি আহমেদ আলীলৈ শান্তিৰ ন’বেল বঁটা…

ইথিওপিয়াৰ প্রধানমন্ত্ৰী অবি আহমেদ আলীলৈ শান্তিৰ ন’বেল বঁটা…
  • ঘোষণা কৰা হ'ল শান্তিৰ ন'বেল বঁটা।
  • ইথিওপিয়াৰ প্রধানমন্ত্ৰী অবি আহমেদ আলীক প্ৰদান কৰা হয় এই বঁটা।
  • এই বঁটা তেওঁক প্ৰদান কৰা হয় শত্ৰু ৰাষ্ট্ৰ ইৰিট্ৰিয়াৰ সৈতে সম্বন্ধ ভাল কৰাৰ বাবে।
  • ন'বেল কমিটীয়ে ঘোষণা কৰে এই কথা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in