স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল…

ফাইল ফটো
ফাইল ফটো
  • স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত সংবাদমেল।
  • সংবাদমেল সম্বোধন কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়-
  • গুৱাহাটী মেডিকেল মহাবিদ্যায় বা আন সমূহৰ ক্ষেত্ৰত কিছু আপত্তি আহিছিল।
  • এম আৰ আই,  চি টি স্কেন আদি পৰীক্ষা ক্ষেত্ৰত সময় বৃদ্ধি কৰা হৈছে।
  • আজিৰ পৰা ছিফ্টবোৰ দুগুণ হ'ব।
  • প্ৰতিদিনে প্ৰতিজন ৰোগীৰ পৰীক্ষা কৰিবলৈ চেষ্টা কৰা হ'ব।
  • এতিয়া সাধাৰণ ৰোগীৰো ৰাতি ১০ বজালৈ পৰীক্ষা সমূহ কৰা হ'ব।
  • অস্ত্ৰোপচাৰ ক্ষেত্ৰতো সময় বৃদ্ধি কৰা হ'ব।
  • সাধাৰণ ৰোগীয়েও ৫দিনৰ ভিতৰত সকলো পৰীক্ষা কৰি অস্ত্ৰোপচাৰ কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in