মালিগাঁও মাধৱদেৱ নগৰত ভয়ংকৰ ভূমিস্খলন…

মালিগাঁও মাধৱদেৱ নগৰত ভয়ংকৰ ভূমিস্খলন…
  • পুনৰ মহানগৰীত ভূমিস্খলনৰ ঘটনা।
  • মালিগাঁও মাধৱ দেৱ নগৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
  • মালিগাঁও মাধৱ দেৱ নগৰত এজাক বৰুষণ ৰ সময়ত খহি পৰে পাহাৰৰ মাটি আৰু শিল।
  • মাধৱ দেৱ নগৰত যোৱা মূল পথৰ ওপৰত খহি পৰিল মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল।
  • এতিয়া বিপদজনক ভাবে ওলমি আছে কেইবাটাও প্ৰকাণ্ড শিল।
  • তলত থকা কেবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in