শেহতীয়া খবৰ
নলবাৰীত নৱনিযুক্ত উপায়ুক্ত পূৰৱী কোঁৱৰৰ কাৰ্যভাৰ গ্ৰহণ...  •  ধাৰাসাৰ বৃষ্টিপাতঃ গুৱাহাটী মহানগৰ ডুবিল কৃত্ৰিম বানত...  •  নগাঁৱৰ গান্ধীবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ৭ জন...  •  সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...

মালিগাঁও মাধৱদেৱ নগৰত ভয়ংকৰ ভূমিস্খলন…

119
  • পুনৰ মহানগৰীত ভূমিস্খলনৰ ঘটনা।
  • মালিগাঁও মাধৱ দেৱ নগৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
  • মালিগাঁও মাধৱ দেৱ নগৰত এজাক বৰুষণ ৰ সময়ত খহি পৰে পাহাৰৰ মাটি আৰু শিল।
  • মাধৱ দেৱ নগৰত যোৱা মূল পথৰ ওপৰত খহি পৰিল মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল।
  • এতিয়া বিপদজনক ভাবে ওলমি আছে কেইবাটাও প্ৰকাণ্ড শিল।
  • তলত থকা কেবাটাও পৰিয়ালক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি