বিজেপিত খহনীয়া অব্যাহত

বিজেপিত খহনীয়া অব্যাহত
  • ওদালগুৰিৰ হৰিশিঙা বিজেপিত খহনীয়া।
  • বিজেপি দল ত্যাগ কৰি বিপিএফত যোগদান কৰে ৰিঞ্জয় বড়োৱে।
  • বিগত বিটিচি নিৰ্বাচনত হৰিশিঙা সমষ্টিৰ পৰা বিজেপি দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বড়োৱে।
  • ৰিঞ্জয় বড়ো আছিল অসম ৰাজ্যিক বিজেপি জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক।
  • ৰিঞ্জয় বড়োক আদৰণি জনাই ওদালগুৰি সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে।
  • বড়োৰ সৈতে বিজেপি-ইউপিপিএলৰ একাধিক সদস্য‌ই বিপিএফত যোগদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in