ভাৰত ইংলেণ্ডৰ দ্বিতীয় এদিনীয়া : টছত জিকি বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ…

ভাৰত ইংলেণ্ডৰ দ্বিতীয় এদিনীয়া : টছত জিকি বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ…
  • ভাৰত- ইংলেণ্ডৰ মাজত দ্বিতীয়খন এদিনীয়া খেল শুকুৰবাৰে পুনেত অনুষ্ঠিত হ'ব ।
  • টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে ।
  • শৃংখলাটোৰ প্ৰথম খেলত ভাৰতে জয়লাভ কৰি শৃখলাটোত অগ্ৰগতি লাভ কৰিছিল ।
  • শুকুৰবাৰৰ খেল খনত জয়লাভ কৰিলে শৃংখলা হস্তগত কৰিব ভাৰতে ।
  • ভাৰতীয় দলৰ মূল একাদশত সালসলনি হোৱাৰ সম্ভাৱনা আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in