ক্ৰিকেট বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয়…

ক্ৰিকেট বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ইংলেণ্ডৰ বৃহৎ জয়…
  • বিশ্বকাপত ২০১৯ত শনিবাৰে বাংলাদেশক পৰাভূত কৰিলে ইংলেণ্ডে।
  • প্ৰথমে বেটিং কৰি ইংলেণ্ডে ৩৮৬ ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশৰ বিৰুদ্ধে।
  • কিন্তু ২৮০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশ।
  • ৪৮.৫ অভালত এই ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় বাংলাদেশ।
  • ইংলেণ্ডৰ বেটছমেন জেছন ৰয়ে ১২১টা বলত সংগ্ৰহ কৰে ১৫৩ ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in