শেহতীয়া খবৰ
ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

বৃহস্পতিবাৰে ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেল

160
  • বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ২০১৯ বৰ্ষৰ ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল।
  • ইংলেণ্ডৰ মুখামুখি হ’ব অষ্ট্ৰেলিয়া।
  • এডজবাষ্টনত অনুষ্ঠিত হ’ব খেলখন।
  • বিয়লি ৩ বজাৰ লগে লগে ক্ৰিকেটপ্ৰেমীসকলে দেখিবলৈ পাব খেলখন।
  • বৃহস্পতিবাৰে জয়ী হোৱা দলটো দেওবাৰে নিউজিলেণ্ডৰ সৈতে ফাইনেলত অৱতীৰ্ণ হ’ব।
  • উল্লেখ্য যে, বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈছিল ভাৰত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি