বৃহস্পতিবাৰে ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেল

বৃহস্পতিবাৰে ইংলেণ্ড-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেটৰ দ্বিতীয়খন ছেমি ফাইনেল
  • বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব ২০১৯ বৰ্ষৰ ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল।
  • ইংলেণ্ডৰ মুখামুখি হ'ব অষ্ট্ৰেলিয়া।
  • এডজবাষ্টনত অনুষ্ঠিত হ'ব খেলখন।
  • বিয়লি ৩ বজাৰ লগে লগে ক্ৰিকেটপ্ৰেমীসকলে দেখিবলৈ পাব খেলখন।
  • বৃহস্পতিবাৰে জয়ী হোৱা দলটো দেওবাৰে নিউজিলেণ্ডৰ সৈতে ফাইনেলত অৱতীৰ্ণ হ'ব।
  • উল্লেখ্য যে, বুধবাৰে প্ৰথমখন ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাজিত হৈছিল ভাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in