৩৯ অভাৰত ৩ উইকেট হেৰুৱাই ২৬৭ ৰান সংগ্ৰহ ইংলেণ্ডৰ…

৩৯ অভাৰত ৩ উইকেট হেৰুৱাই ২৬৭ ৰান সংগ্ৰহ ইংলেণ্ডৰ…
  • ৩৯ অভাৰত ২৬৭ ৰান সংগ্ৰহ ইংলেণ্ডৰ।
  • ৩ টা উইকেট হেৰুৱাই ইংলেণ্ডে সংগ্ৰহ কৰিছে এই ৰান।
  • বৰ্তমান ক্ৰীজত আছে এছ বাটলাৰ আৰু ই ম'ৰ্গান।
  • বাটলাৰে ২২টা বলত ২৯ ৰান সংগ্ৰহ কৰিছে।
  • ইফালে, ম'ৰ্গানে ১৩ ৰান সংগ্ৰহ কৰিছে ১৫টা বলত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in