জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত বিশ্বকৰ্মা পূজা উদযাপন, চাওঁক ভিডিঅ’

জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত বিশ্বকৰ্মা পূজা উদযাপন, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বকৰ্মাৰ আৰাধনা চলিছে চৌদিশে। দেৱশিল্পৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে আকাশ-বতাহ। মহানগৰীত উলহ-মালহেৰে পাতিছে বিশ্বকৰ্মা পূজা। অগণন পূজাস্থলীত দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা আৰম্ভ হৈছে। চানমাৰীস্থিত জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়তো উদযাপন কৰা হয় বিশ্বখনিকৰৰ পূজা। চাওঁক পূজাস্থলীৰ ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in