শেহতীয়া খবৰ
ৰাজস্থানত নিয়ন্ত্ৰণ হেৰুৱাই বিবাহযাত্ৰী কঢ়িওৱা বাছ পৰিলগৈ নদীত, ১৮ জনৰো অধিক লোকৰ মৃত্যু...  •  ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...

তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়

275
  • দেওবাৰে তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰু্‌দ্ধে ইংলেণ্ডৰ জয়লাভ।
  • এক উইকেটত জয়ী হয় ইংলেণ্ড।
  • এইখন খেলৰ সৈতে ৫খনীয়া শৃংখলাত দুয়োটা দলে এখনকৈ খেলত জয়ী হৈছে।
  • প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ১৭৯ ৰান।
  • প্ৰথম ইনিংছত ইংলেণ্ডে সংগ্ৰহ কৰিছিল ৬৭ ৰান।
  • দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল ২৪৬ ৰান।
  • দ্বিতীয় ইনিংছত ইংলেণ্ডে ৯টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৩৬২ ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি