দিল্লীত দেশৰ বিমানসমূহৰ কৰ্তৃপক্ষৰ জৰুৰী সভা

দিল্লীত দেশৰ বিমানসমূহৰ কৰ্তৃপক্ষৰ জৰুৰী সভা
  • দিল্লীত দেশৰ বিমানসমূহৰ কৰ্তৃপক্ষৰ জৰুৰী সভা।
  • সভাৰ আহ্বান কৰে দেশৰ অসাময়িক বিমান পৰিবহন বিভাগৰ সচিবে।
  • অসাময়িক বিমান পৰিবহন বিভাগৰ দিল্লীৰ ৰাজীৱ গান্ধী ভৱনত অনুষ্ঠিত হৈছে এই সভা।
  • দেওবাৰে পুৱা ইথিউপিয়াৰ আকাশতে ধ্বংসস্তূপত পৰিণত হৈছিল এখন বয়িং ৭৩৭ যাত্ৰীবাহী বিমান।
  • দুৰ্ঘটনাত ডেৰ শতাধিক লোকে হেৰুৱাইছিল প্ৰাণ।
  • তাৰ পিছতে দেশৰ অসাময়িক বিমান পৰিৱহন বিভাগে এনেদৰে আহ্বান কৰে সভাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in