শেহতীয়া খবৰ
চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে...  •  ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

আকাশমাৰ্গতে টায়াৰ বিস্ফোৰণ হ’ল স্পাইচ জেট বিমানৰ, চাওক VIDEO

1,590

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা ডুবাই-জয়পুৰ অভিমুখী এখন স্পাইচ জেটৰ বিমানৰ টায়াৰ বিস্ফোৰণ হোৱাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগা হয় জয়পুৰ বিমানবন্দৰত। ১৮৯জন যাত্ৰীসহ পুৱা ৯.০৩ বজাত এছ জি ৫৮ বিমানখনে যাত্ৰা কৰাৰ পিছতে সংঘটিত হৈছে এই ঘটনা।

ডুবাইৰ পৰা যাত্ৰা কৰা বিমানখনৰ অৱশ্যে সৌভাগ্যক্ৰমে কোনো যাত্ৰী হতাহত হোৱা নাই। চাওক টায়াৰ বিস্ফোৰণ হোৱাৰ পিছৰ পৰিৱেশৰ ভিডিঅ’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি