আকাশমাৰ্গতে টায়াৰ বিস্ফোৰণ হ’ল স্পাইচ জেট বিমানৰ, চাওক VIDEO

আকাশমাৰ্গতে টায়াৰ বিস্ফোৰণ হ’ল স্পাইচ জেট বিমানৰ, চাওক VIDEO

ডিজিটেল ডেস্কঃ বুধবাৰে পুৱা ডুবাই-জয়পুৰ অভিমুখী এখন স্পাইচ জেটৰ বিমানৰ টায়াৰ বিস্ফোৰণ হোৱাৰ বাবে জৰুৰীভাৱে অৱতৰণ কৰিবলগা হয় জয়পুৰ বিমানবন্দৰত। ১৮৯জন যাত্ৰীসহ পুৱা ৯.০৩ বজাত এছ জি ৫৮ বিমানখনে যাত্ৰা কৰাৰ পিছতে সংঘটিত হৈছে এই ঘটনা।

ডুবাইৰ পৰা যাত্ৰা কৰা বিমানখনৰ অৱশ্যে সৌভাগ্যক্ৰমে কোনো যাত্ৰী হতাহত হোৱা নাই। চাওক টায়াৰ বিস্ফোৰণ হোৱাৰ পিছৰ পৰিৱেশৰ ভিডিঅ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in