মুখ্য-পৃষ্ঠাঅসম বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Jan 23, 2021 ত শেষ সম্পাদনা কৰা হৈছে 136 শ্বেয়াৰ কৰক ২০২১ বৰ্ষৰ ‘নেতাজী গৰিমা’ বঁটা প্ৰদান।বিশিষ্ট গীতিকাৰ, সাহিত্যিক তথা সমাজ সেৱিকা এলী আহমেদলৈ এই বঁটা আগবঢ়োৱা হৈছে। শনিবাৰে সদৌ অসম নেতাজী জন্মজয়ন্তী উদযাপন সমিতিয়ে কৰিলে এই ঘোষণা। 136 শ্বেয়াৰ কৰক