বৈঠালাংছৰ বিহিন্দ্ৰগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ

  • বৈঠালাংছৰ বিহিন্দ্ৰগাঁৱত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ।
  • গাঁওখনৰ এটা নলাত দেওবাৰে পুৱা স্থানীয় ৰাইজে উদ্ধাৰ কৰে মৃতদেহটো।
  • মৃত হাতীটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগৰ লোকক।
  • খাদ্যত বিষক্ৰিয়া হৈ হাতীটোৰ মৃত্যু ঘটাৰ সন্দেহ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in