শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

হোজাই শালবাগানত হাতীৰ আক্ৰমন,নিহত ১ জন….

81
  • হোজাই শালবাগানত হাতীৰ আক্ৰমত নিহত হয় এজন লোক।
  • নিহত লোক জন কুৰকুট বস্তিৰ বিনু কুৰকুট।
  • অঞ্চলজুৰি দীৰ্ঘদিন ধৰি হাতীৰ উপদ্ৰপে বিনষ্ট কৰি আহিছে পকা ধানৰ খেতি।
  • ধাননি পথাৰ সুৰক্ষা দিয়াৰ বাবে নিশা পহৰা দিব যাওঁতে বনাঞ্চলৰ মাজত সংঘটিত হয় এই ঘটনা।
  • পুৱা বন বিভাগ আৰু আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হয় পৰা বনাঞ্চলৰ পৰা নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি