হোজাই শালবাগানত হাতীৰ আক্ৰমন,নিহত ১ জন….

হোজাই শালবাগানত হাতীৰ আক্ৰমন,নিহত ১ জন….
  • হোজাই শালবাগানত হাতীৰ আক্ৰমত নিহত হয় এজন লোক।
  • নিহত লোক জন কুৰকুট বস্তিৰ বিনু কুৰকুট।
  • অঞ্চলজুৰি দীৰ্ঘদিন ধৰি হাতীৰ উপদ্ৰপে বিনষ্ট কৰি আহিছে পকা ধানৰ খেতি।
  • ধাননি পথাৰ সুৰক্ষা দিয়াৰ বাবে নিশা পহৰা দিব যাওঁতে বনাঞ্চলৰ মাজত সংঘটিত হয় এই ঘটনা।
  • পুৱা বন বিভাগ আৰু আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হয় পৰা বনাঞ্চলৰ পৰা নিহত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in