বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণে প্ৰাণ ল’লে এজনৰ…

বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণে প্ৰাণ ল’লে এজনৰ…
  • বাক্সাৰ বাৰাপেটাত বনৰীয়া হাতীৰ আক্ৰমণ।
  • হাতীৰ আক্ৰমণত নিহত এজন লোক।
  • লোকজনৰ নাম জয়দেৱ দাস।
  • এই ঘটনাত আহত হৈছে লোকজনৰ বিশেষভাৱে সক্ষম পুত্ৰৰ।
  • ইফালে খবৰ দিয়াৰ পিছতো সঁহাৰি নিদিলে বনবিভাগে।
  • বন বিভাগৰ ওপৰত ক্ষুব্ধ অঞ্চলবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in