শেহতীয়া খবৰ
প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...  •  লকডাউনৰ মাজতে দৈগ্ৰোঙত অগ্নিকাণ্ড...  •  দৰঙত ২৪ মাৰ্চৰ পৰা আত্মগোপন কৰি থকা ৯ জামাতৰ সদস্যক আটক...

দিল্লীৰ বিধানসভা নিৰ্বাচনত আপৰ বৃহৎ জয়, টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন প্রধানমন্ত্ৰী মোডীৰ…

455

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনত পুনৰ জয়ী হ’ল আম আদমি পাৰ্টী। ৭০খন বিধানসভা সমষ্টিৰ ভিতৰত আম আদমি পাৰ্টীয়ে ৬২খন আসন দখল কৰাৰ বিপৰীতে বিজেপিয়ে ৮খন আসনত জয় সাব্যস্ত কৰে। অৱশ্যে এই নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল বিৰোধী দল কংগ্ৰেছ।

২০২০ৰ দিল্লীৰ বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপৰ জয়ত টুইটাৰযোগে শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- ‘বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে আপ আৰু অৰবিন্দ কেজৰিৱালক শুভেচ্ছা জনালো। মই দিল্লীবাসীকো নিজৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰাৰ বাবেও শুভেচ্ছা জনাইছো।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি