কোন সমষ্টিত কিমান ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য…

কোন সমষ্টিত কিমান ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য…
  • কোন সমষ্টিত কিমান ভোটাৰ।
  • ঢকুৱাখনা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,১০,৫৪৬ গৰাকী।
  • জোনাই সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ৩,০৮,৮১৩গৰাকী
  • সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৪৪৯টা
  • সৰুপথাৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৬৬, ৮৬৯গৰাকী।
  • সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৩৫৪টা।
  • টিংখং সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৪৪,৫৪৯গৰাকী।
  • সমষ্টিটোত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২১৮টা।
  • মাৰ্ঘেৰিটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯৫, ৮৬১গৰাকী।
  • ১২খন জিলাৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in