মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক…

মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • মঙলবাৰে নিৰ্বাচনী আয়োগ আৰু ছ'চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ বৈঠক।
  • ছ'চিয়েল মিডিয়াৰ বিভিন্ন বিষয়ক লৈ অনুষ্ঠিত হ'ব এই বৈঠক।
  • বিশেষকৈ নিৰ্বাচনৰ আচৰণ বিধি সন্দৰ্ভত হ'ব এই বৈঠক।
  • লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰক লৈ এই গুৰুত্বপূৰ্ণ বৈঠক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in