ৰাজ্যসভাৰ উপ-নিৰ্বাচন ২৪ আগষ্টত…

ৰাজ্যসভাৰ উপ-নিৰ্বাচন ২৪ আগষ্টত…
  • ৰাজ্যসভাৰ খালী হৈ থকা দুখন আসনৰ উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ তাৰিখ ঘোষণা।
  • ২৪ আগষ্টত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে নিৰ্বাচনী আয়োগে।
  • বেনী প্ৰসাদ বৰ্মা আৰু বীৰেন্দ্ৰ কুমাৰৰ দেহাৱসানৰ পাছত খালী হৈ আছে আসন দুখন।
  • এই আসন দুখনৰ কাৰ্যকাল আছে ২০২২চনৰ লৈকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in