প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ…

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ…
  • এক সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নিতিন খাড়েই ।
  • প্ৰথম পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ'ব ২৭ মাৰ্চত
  • প্ৰথম পৰ্যায়ত ৮১ লাখ ৯ হাজাৰ ৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৪১ গৰাকী পুৰুষ প্ৰাৰ্থী
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২৩ গৰাকী মহিলা প্ৰাৰ্থী
  • ২৬৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ পলিং ষ্টেছন ১১৫৩৭ টা
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৯৬২০ মূল পলিং ষ্টেছন
  • প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অতিৰিক্ত পলিং ষ্টেছন ১৯১৭ টা
  • মুঠ পলিং পাৰ্ছনেল ২লাখ ৪১ হাজাৰ ২৬৯ গৰাকী নিয়োগ কৰা হৈছে
  • প্ৰতি বিধানসভা সমষ্টিৰ ৫০ শতাংশ পলিং ষ্টেছনত ৱেব কাষ্টিং হব
  • প্ৰতি জিলাত থাকিব কন্ট্ৰ'ল ৰুম আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত থাকিব কন্ট্ৰ'ল ৰুম
  • বিভিন্ন এজেন্সীয়ে নিৰ্বাচনৰ সময়ত ৮৭কোটি ৯৬ লাখ ১৩৭৩২ টকা জব্দ কৰা হৈছে
  • ভোটাৰক দিয়া হব হেন্ড ৱাছ,মাস্ক আৰু গল্ভছ
  • ভোট কেন্দ্ৰলৈ অহা সময়ত মাস্ক পিন্ধি আহিবলৈ ভোটাৰক অনুৰোধ
  • ৩.৬৬ লাখ লিটাৰ সুৰা জব্দ কৰিছে অসম আৰক্ষীয়ে
  • ১০ কোটি টকা ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে
  • ক'ভিড প্ৰট'কলৰ সন্দৰ্ভত দায়সৰা মন্তব্য কৰে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in