শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

২০১৯ৰ লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগৰ সৰ্বদলীয় বৈঠক

274

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে ২৭ আগষ্টত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান কৰিছে। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা হ’ব এই বৈঠকত।

পেইড নিউজ, নিৰ্বাচনী আঁচনি উলংঘা, প্ৰৰোচনামূলক বক্তব্য আৰু ই ভি এমক লৈ নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব লগা ব্যৱস্থা সন্দৰ্ভত দলসমূহক অৱগত কৰাৰ লগতে দলসমূহৰ প্ৰতিনিধিত্ব কৰা আয়োগৰ মতামত  গ্ৰহণ কৰিব।

এই বৈঠকৰ বাবে দেশৰ ৭টা ৰাষ্ট্ৰীয় দল আৰু ৫১টা আঞ্চলিক দলক আয়োগে বৈঠকলৈ আমন্ত্ৰণ জনাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি