শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

সকলো ৰাজনৈতিক দললৈ নিৰ্বাচনী আয়োগৰ কঠোৰ নিৰ্দেশনা…

ডিজিটেল ডেস্কঃ কোৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হবলগীয়া নিৰ্বাচনক লৈ নিৰ্বাচনী আয়োগে জাৰি কৰিছে কেতবোৰ বিশেষ কঠোৰ নীতি-নিৰ্দেশনা। নিৰ্বাচনী আয়োগে ঘোষণা কৰা নিয়ম অনুসৰি আগন্তুক ২২জানুৱাৰী লৈকে নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যত কোনোধৰণৰ ৰেলী বা ৰোড শ্ব অনুষ্ঠিত কৰিব নোৱাৰিব।

নিৰ্বাচনী আয়োগে লগতে নিৰ্দেশনা প্ৰদান কৰিছে যে, নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যকেইখনত অনুষ্ঠিত হ’বলগীয়া সভাগৃহত ৫০শতাংশ লোকহে উপস্থিত থাকিব পাৰিব। ৩০০তকৈ অধিক লোক কোনো সভাত উপস্থিত থাকিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচনী আয়োগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি