আবেলি ৫ বজাত নিৰ্বাচনী আয়োগৰ সংবাদমেল, ঘোষণা হ’ব নিৰ্বাচনী সূচী…

আবেলি ৫ বজাত নিৰ্বাচনী আয়োগৰ সংবাদমেল, ঘোষণা হ’ব নিৰ্বাচনী সূচী…
  • দেওবাৰে ঘোষণা হ'ব সাধাৰণ নিৰ্বাচনৰ সূচী।
  • সন্ধিয়া ৫ বজাত নিৰ্বাচনী আয়োগৰ সংবাদমেল।
  • এই সংবাদমেলতেই ঘোষণা কৰিব ২০১৯ৰ লোকসভা নিৰ্বাচনৰ তাৰিখ।
  • ৪খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখো ঘোষণা কৰিব আয়োগে।
  • অন্ধ্ৰপ্ৰদেশ, ছিকিম, অৰুণাচলত হ'ব বিধানসভা নিৰ্বাচন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in