শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

১৬-১৯ মাৰ্চৰ ভিতৰত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

151
  • ১৬ মাৰ্চৰ পৰা ১৯ মাৰ্চৰ ভিতৰত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি।
  • লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰিবলৈ আহিব নিৰ্বাচন আয়োগ।
  • নিৰ্বাচন সম্পৰ্কীয় বিষয় সমূহ সম্পৰ্কে আলোচনাত মিলিত হ’ব ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে।
  • অসমৰ উপৰিও পশ্চিম বংগ, ত্ৰিপুৰা আৰু মণিপুৰো ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি