১৬-১৯ মাৰ্চৰ ভিতৰত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • ১৬ মাৰ্চৰ পৰা ১৯ মাৰ্চৰ ভিতৰত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি।
  • লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যবেক্ষণ কৰিবলৈ আহিব নিৰ্বাচন আয়োগ।
  • নিৰ্বাচন সম্পৰ্কীয় বিষয় সমূহ সম্পৰ্কে আলোচনাত মিলিত হ'ব ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে।
  • অসমৰ উপৰিও পশ্চিম বংগ, ত্ৰিপুৰা আৰু মণিপুৰো ভ্ৰমণ কৰিব নিৰ্বাচন আয়োগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in