১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতীয় মহিলা দলৰ যাত্ৰা সমাপ্ত..

১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতীয় মহিলা দলৰ যাত্ৰা সমাপ্ত..
  • মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফলত ভাৰতৰ ১৬ নং স্থান।
  • সাম্ভাব্য পদক লাভৰ তালিকাত নাম সন্নিৱিষ্ট হোৱা ইলাভেনিল ভালাৰিভান ১৬ সংখ্যক স্থানতে সন্তুষ্ট থাকে।
  • আনহাতে আন এগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ অপূৰ্বী চাণ্ডেলাও প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে।
  • অপূৰ্বীয়ে ৩৬ নং স্থানতে সন্তুষ্ট থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in