গুৱাহাটী এৰি মুম্বাইলৈ যাত্ৰা বিসম্বাদী নেতা একনাথ সিন্দেৰ…

গুৱাহাটী এৰি মুম্বাইলৈ যাত্ৰা বিসম্বাদী নেতা একনাথ সিন্দেৰ…
  • মুম্বাইলৈ যাত্ৰা একনাথ সিন্দেৰ।
  • গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লু এৰি মুম্বাই অভিমুখে যাত্ৰা বিসম্বাদী নেতাগৰাকী।
  • মহাৰাষ্ট্ৰৰ উপাধ্যক্ষলৈ ইতিমধ্যে একনাথ সিন্দেই প্ৰেৰণ কৰিছিল পত্ৰ।
  • তেওঁৰ লগত ৪৯ জন বিধায়কৰ সমৰ্থন থকা বুলি উল্লেখ কৰা হৈছিল পত্ৰখনত।
  • আনহাতে আজি পুৱা শিৱসেনাৰ এগৰাকী বিধায়ক আহি উপস্থিত হৈছিলহি গুৱাহাটীত।
  • একনাথ সিন্দেৰ মুম্বাই যাত্ৰাই নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰ অনুমান কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in