শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

গুৱাহাটী এৰি মুম্বাইলৈ যাত্ৰা বিসম্বাদী নেতা একনাথ সিন্দেৰ…

  • মুম্বাইলৈ যাত্ৰা একনাথ সিন্দেৰ।
  • গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লু এৰি মুম্বাই অভিমুখে যাত্ৰা বিসম্বাদী নেতাগৰাকী।
  • মহাৰাষ্ট্ৰৰ উপাধ্যক্ষলৈ ইতিমধ্যে একনাথ সিন্দেই প্ৰেৰণ কৰিছিল পত্ৰ।
  • তেওঁৰ লগত ৪৯ জন বিধায়কৰ সমৰ্থন থকা বুলি উল্লেখ কৰা হৈছিল পত্ৰখনত।
  • আনহাতে আজি পুৱা শিৱসেনাৰ এগৰাকী বিধায়ক আহি উপস্থিত হৈছিলহি গুৱাহাটীত।
  • একনাথ সিন্দেৰ মুম্বাই যাত্ৰাই নতুন ৰাজনৈতিক সমীকৰণ সৃষ্টিৰ অনুমান কৰা হৈছে।