শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

ৰাজ্যসভাৰ নিলম্বিত বিৰোধী সাংসদৰ সমগ্ৰ নিশা প্ৰতিবাদ

312

ডিজিটেল ডেস্ক : কৃষি বিধেয়কক লৈ ৰবিবাবে উত্তাল হৈ পৰিছিল ৰাজ্য সভা ।ৰাজ্যসভাৰ অধ্যক্ষক বেয়া ব্যৱহাৰ কৰাৰ ফলত সোমবাৰে বিৰোধী দলৰ ৮ জন সাংসদক নিলম্বিত কৰা হয় । নিলম্বন কৰাৰ বিৰোধিতাৰে সংসদৰ পৰিসীমাৰ গান্ধী প্ৰতিমাৰ সন্মুখত বহি গোটেি ৰাতি প্ৰতিবাদ কৰে ।

ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ন সিঙে প্ৰতিবাদ কৰি থকা সাংসদ সকলক মঙলবাৰে ৰাতিপুৱা চাহৰ যোগান ধৰিব যায় যদিও উপ সভাপতি গৰাকীয়ে দিয়া চাহ লবলৈ অস্বিকাৰ কৰে সাংসদ সকলে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি