ৰাজ্যসভাৰ নিলম্বিত বিৰোধী সাংসদৰ সমগ্ৰ নিশা প্ৰতিবাদ

ৰাজ্যসভাৰ নিলম্বিত বিৰোধী সাংসদৰ সমগ্ৰ নিশা প্ৰতিবাদ

ডিজিটেল ডেস্ক : কৃষি বিধেয়কক লৈ ৰবিবাবে উত্তাল হৈ পৰিছিল ৰাজ্য সভা ।ৰাজ্যসভাৰ অধ্যক্ষক বেয়া ব্যৱহাৰ কৰাৰ ফলত সোমবাৰে বিৰোধী দলৰ ৮ জন সাংসদক নিলম্বিত কৰা হয় । নিলম্বন কৰাৰ বিৰোধিতাৰে সংসদৰ পৰিসীমাৰ গান্ধী প্ৰতিমাৰ সন্মুখত বহি গোটেি ৰাতি প্ৰতিবাদ কৰে ।

ৰাজ্যসভাৰ উপসভাপতি হৰিবংশ নাৰায়ন সিঙে প্ৰতিবাদ কৰি থকা সাংসদ সকলক মঙলবাৰে ৰাতিপুৱা চাহৰ যোগান ধৰিব যায় যদিও উপ সভাপতি গৰাকীয়ে দিয়া চাহ লবলৈ অস্বিকাৰ কৰে সাংসদ সকলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in