শেহতীয়া খবৰ
ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প  •  গুজৰাটৰ মোটেৰা ষ্টেডিয়ামত উপস্থিত ডোনাল্ড ট্ৰাম্প আৰু মেনালীয়া ট্ৰাম্প  •  আউনীআটি এডলীয়াবড় শাখা সত্ৰত চোৰৰ লুট

আজি ঈদ–উজ–জোহা, পুৱাই শিশুৰ পৰা বৃদ্ধলৈ সকলোয়ে অংশ ললে সমূহীয়া নামাজত…

87

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্র ঈদ উজ জোহা। ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত এতিয়া সীমাহীন আনন্দ। এই দৃশ্য নগাঁও জিলাৰ বটদ্ৰৱাৰ জাজৰিৰ। পুৱা দেখিবলৈ পোৱা গৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে শুদ্ধ বগা পিন্ধি উলাই আহিছে জাজৰি ঈদগাহ ময়দান লৈ ঈদৰ নামাজত অংশগ্ৰহণ কৰিবলৈ।

হাজাৰ হাজাৰ লোকে জাজৰি ঈদগাহ মৈদামৰ পৰাই আল্লাৰ উচৰত বিশ্ব শান্তিৰ বাবে মাগিলে দোৱা। ইয়াৰোপৰি বটদ্ৰৱাৰ সমীপৱৰ্তী কদমনি, ধূপগুৰি, ধনীয়াভেটি, সোনাইবেৰা, বাটমাৰী, হাইডুবী, ৰামপুৰ আদি গাঁৱতো সমূহীয়া নামাজ সম্পন্ন কৰা হয়। সকলোৰে এটাই আশা পবিত্ৰ ঈদে সমাজ জীৱনলৈ আনক ঐক্য আৰু শান্তি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি