শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে…

202
  • ই ডিয়ে জব্দ কৰিলে নীৰৱ মোডীৰ কোটি কোটি টকাৰ সম্পত্তি।
  • ৩২৯.৬৬ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি বুধবাৰে জব্দ কৰে ই ডিয়ে।
  • পঞ্জাৱ নেশ্যনেল বেংকৰ ধন লুন্ঠনৰ পাছত বিদেশলৈ পলায়ন কৰিছিল নীৰৱ মোডীয়ে।
  • মোডীৰ মুম্বাইত থকা ৪টা ফ্লেট, আলিবাগৰ ফাৰ্ম হাউছ, লণ্ডন আৰু দুবাইত থকা ফ্লেট জব্দ কৰিছে ই ডিয়ে।
  • উল্লেখ্ ে, চলিত বৰ্ষৰ জুন মাহত ন্যায়ালয়ে ১৩৯৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দেশ দিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি