নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে…

নীৰৱ মোডীৰ ৩২৯.৬৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিলে ই ডিয়ে…
  • ই ডিয়ে জব্দ কৰিলে নীৰৱ মোডীৰ কোটি কোটি টকাৰ সম্পত্তি।
  • ৩২৯.৬৬ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি বুধবাৰে জব্দ কৰে ই ডিয়ে।
  • পঞ্জাৱ নেশ্যনেল বেংকৰ ধন লুন্ঠনৰ পাছত বিদেশলৈ পলায়ন কৰিছিল নীৰৱ মোডীয়ে।
  • মোডীৰ মুম্বাইত থকা ৪টা ফ্লেট, আলিবাগৰ ফাৰ্ম হাউছ, লণ্ডন আৰু দুবাইত থকা ফ্লেট জব্দ কৰিছে ই ডিয়ে।
  • উল্লেখ্ ে, চলিত বৰ্ষৰ জুন মাহত ন্যায়ালয়ে ১৩৯৬ কোটি টকাৰ সম্পত্তি জব্দ কৰিবলৈ নিৰ্দেশ দিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in