মুকলি আকাশৰ তললৈ অহাৰ সপোন দিঠক নহ’ল! মঙলবাৰে জামিন নাপালে পি চিদাম্বৰমে

ফাইল ফটো
ফাইল ফটো
  • জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদন নাকচ।
  • ইডিয়ে মঙলবাৰে উচ্চতম ন্যায়ালয়ত পি চিদাম্বৰমক জামিন দিয়াৰ বিৰুদ্ধে মত দিয়ে।
  • তদন্তৰ লগতে উদ্ধাৰ হোৱা প্ৰমাণৰ খাতিৰত তেওঁক জামিন নিদিবলৈ যুক্তি দিয়ে ইডিয়ে।
  • ইডিয়ে ন্যায়ালয়ত কয়, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে পি চিদাম্বৰম এগৰাকী বুদ্ধিয়ক আৰু দক্ষ নেতা।
  • ইফালে ইডিয়ে বিত্তমন্ত্ৰী হৈ থকাৰ সময়ত পি চিদাম্বৰমে চৰকাৰী কাৰ্যালয়তো ব্যক্তিগত কামত ব্যৱহাৰ কৰা বুলিও কয়।
  • উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে ১৫ নৱেম্বৰত জামিন আবেদন খাৰিজ কৰাৰ পিছতে
    পি চিদাম্বৰমে উচ্চতম ন্যায়ালয়ত জামিনৰ বাবে আবেদন জনাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in