শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

অৰ্থনৈতিক সমীক্ষা ২০২১-২২…

  • সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰিলে অৰ্থনৈতিক সমীক্ষা।
  • অৰ্থনৈতিক সমীক্ষা ২০২১-২২ দাখিল কৰা হৈছে সংসদত।
  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছে সমীক্ষা।
  • এই অৰ্থনৈতিক সমীক্ষা অনুসৰি দেশৰ জিডিপি ৮.৫ শতাংশলৈ বৃদ্ধি কৰাৰ পোষকতা।
  • পৰৱৰ্তী বিত্তীয় বৰ্ষত ৮ৰ পৰা ৮.৫ শতাংশলৈ জিডিপি বৃদ্ধি হোৱাৰ অনুমান।
  • চলিত বৰ্ষত এই পৰিমান আছিল ৯.২ শতাংশ।
  • ২০১১-২২ বৰ্ষত কৃষিক্ষেত্ৰত বিকাশৰ হাৰ ৩.৯ শতাংশ বুলি উল্লেখ।
  • সেৱাক্ষেত্ৰত বিকাশৰ হাৰ ৮.২ হ’ব বুলি উল্লেখ কৰা হৈছে সমীক্ষাত।
  • সমীক্ষাত জীৱন-জীৱিকাৰ সুৰক্ষাক গুৰুত্ব আৰোপ কৰা হৈছে।

সম্পূৰ্ণ অৰ্থনৈতিক সমীক্ষাখন পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকত-