অৰ্থনৈতিক সমীক্ষা ২০২১-২২…

অৰ্থনৈতিক সমীক্ষা ২০২১-২২…
  • সংসদত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উত্থাপন কৰিলে অৰ্থনৈতিক সমীক্ষা।
  • অৰ্থনৈতিক সমীক্ষা ২০২১-২২ দাখিল কৰা হৈছে সংসদত।
  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ তত্বাৱধানত প্ৰস্তুত কৰা হৈছে সমীক্ষা।
  • এই অৰ্থনৈতিক সমীক্ষা অনুসৰি দেশৰ জিডিপি ৮.৫ শতাংশলৈ বৃদ্ধি কৰাৰ পোষকতা।
  • পৰৱৰ্তী বিত্তীয় বৰ্ষত ৮ৰ পৰা ৮.৫ শতাংশলৈ জিডিপি বৃদ্ধি হোৱাৰ অনুমান।
  • চলিত বৰ্ষত এই পৰিমান আছিল ৯.২ শতাংশ।
  • ২০১১-২২ বৰ্ষত কৃষিক্ষেত্ৰত বিকাশৰ হাৰ ৩.৯ শতাংশ বুলি উল্লেখ।
  • সেৱাক্ষেত্ৰত বিকাশৰ হাৰ ৮.২ হ'ব বুলি উল্লেখ কৰা হৈছে সমীক্ষাত।
  • সমীক্ষাত জীৱন-জীৱিকাৰ সুৰক্ষাক গুৰুত্ব আৰোপ কৰা হৈছে।

সম্পূৰ্ণ অৰ্থনৈতিক সমীক্ষাখন পঢ়িবলৈ ক্লিক কৰক তলৰ লিংকত-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in