ৰাহুল গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী…

ফাইল ফটো
ফাইল ফটো
  • ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ।
  • নিৰ্বাচন আয়োগে জাৰি কৰিলে জাননী।
  • আমেথিত এজন ব্যক্তিৰ অট্টালিকাৰ ৱালত কংগ্ৰেছে আঁৰিছিল ন্যায় যোজনাৰ বেনাৰ।
  • অট্টালিকাটোৰ মালিকৰ পৰা তাৰ বাবে লোৱা নাছিল কোনো অনুমতি।
  • ২৪ ঘন্টাৰ ভিতৰত ইয়াৰ উত্তৰ দিবলৈ ৰাহুল গান্ধীক নিৰ্দেশ নিৰ্বাচন আয়োগৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in