মেঘালয়ত নিঃশেষ হ’ব কংগ্ৰেছ ! মুকুল চাংমাসহ ১৪ জন বিধায়কে কৰিব দলত্যাগ…

মেঘালয়ত নিঃশেষ হ’ব কংগ্ৰেছ ! মুকুল চাংমাসহ ১৪ জন বিধায়কে কৰিব দলত্যাগ…
  • কংগ্ৰেছত পুনৰ মুখ্যম আঘাত।
  • এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৩ জনকৈ বিধায়কে কংগ্ৰেছ ত্যাগ কৰিব মেঘালয়ত।
  • মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১৪ জনকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ।
  • কংগ্ৰেছ ত্যাগ কৰি এই আটাইকেইজনে যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
  • বিগত কেইটামান দিনত তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে সৈতে যোগাযোগ অব্যাহত ৰাখিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমায়।
  • আগন্তুক দুই-এদিনতে কংগ্ৰেছ ত্যাগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মুঠ ১৪ জন বিধায়কে যোগদান কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in