শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

মেঘালয়ত নিঃশেষ হ’ব কংগ্ৰেছ ! মুকুল চাংমাসহ ১৪ জন বিধায়কে কৰিব দলত্যাগ…

  • কংগ্ৰেছত পুনৰ মুখ্যম আঘাত।
  • এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৩ জনকৈ বিধায়কে কংগ্ৰেছ ত্যাগ কৰিব মেঘালয়ত।
  • মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১৪ জনকৈ বিধায়কে ত্যাগ কৰিব কংগ্ৰেছ।
  • কংগ্ৰেছ ত্যাগ কৰি এই আটাইকেইজনে যোগদান কৰিব তৃণমূল কংগ্ৰেছত।
  • বিগত কেইটামান দিনত তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰে সৈতে যোগাযোগ অব্যাহত ৰাখিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমায়।
  • আগন্তুক দুই-এদিনতে কংগ্ৰেছ ত্যাগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মুঠ ১৪ জন বিধায়কে যোগদান কৰিব মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি