শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

২০২০চনত কিমানটা ভূমিকম্পই জোঁকাৰি গৈছে ভাৰতক…

181

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১ মাৰ্চৰ পৰা ৮ ছেপ্তেম্বৰ পৰ্যন্ত ভাৰতক জোকাৰি গৈছে ৪১৩টাকৈ ভূমিকম্পই। এই তথ্য শেহতীয়াকৈ সদৰি কৰিলে Ministry of Earth Sciencesয়ে। মন্ত্ৰণালয়ে লগতে সদৰি কৰিছে যে, এই ৪১৩টা ভূমিকম্পৰ ভিতৰত ১৩৫টা ভূমিকম্পৰ প্ৰাৱল্য ৩.০কৈও কম। বাকী ১৫৩টা ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.০ৰ পৰা ৩.৯ৰ ভিতৰত। এই ভূমিকম্পত কোনো লোক হতাহত নোহোৱাৰ কথাও সদৰি কৰিছে মন্ত্ৰণালয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি