নেপালত ভূমিকম্পৰ জোকৰনি….

নেপালত ভূমিকম্পৰ জোকৰনি….
  • নেপালত ভূমিকম্পৰ জোকৰনি ।
  • বুধবাৰে ৰাতিপুৱা ৫.০৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকৰণি ।
  • নেপালৰ কাঠমাণ্ডুৰ পৰা ৪৮ কিমি পূব দিশে ভূমিকম্পটোৰ উৎপত্তি স্থল ।
  • নেপালৰ এটি এজেণ্সীৰ মতে ভূগৰ্ভৰ ১০ কিমি তলত উৎপত্তি হয় ভূমিকম্পটো।
  • ভুমিকম্পৰ ফলত কোনো লোকৰ ক্ষয়ক্ষতি হোৱাৰ কথা জানিব পৰা যোৱা নাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in