প্ৰতীকি ফটো
Published on:
Updated on:
- ভূমিকম্পই জোঁকাৰি গ'ল ম্যানমাৰ।
- পুৱা ১০.১৯ বজাত ম্যানমাৰত অনুভূত হয় ভূমিকম্পন।
- ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল ম্যানমাৰ।
- অৱশ্যে ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।
Code:
Asomiya Pratidin
www.asomiyapratidin.in