ভূমিকম্পই জোঁকাৰি গ’ল ম্যানমাৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভূমিকম্পই জোঁকাৰি গ'ল ম্যানমাৰ।
  • পুৱা ১০.১৯ বজাত ম্যানমাৰত অনুভূত হয় ভূমিকম্পন।
  • ৪.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল ম্যানমাৰ।
  • অৱশ্যে ভূমিকম্পৰ ফলত কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in