পুৱাই ভূমিকম্পৰ জোকাৰণি…

পুৱাই ভূমিকম্পৰ জোকাৰণি…
  • ভূমিকম্পই জোকাঁৰি গ'ল পাৰ্বত্য ৰাজ্য হিমাচল প্ৰদেশ।
  • শনিবাৰে পুৱাই ৰাজ্যখনৰ চ'ম্বা জিলাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.২।
  • ভূমিকম্পত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in